পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্বভাৱ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্বভাৱ   বিশেষ্য

অর্থ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

উদাহরণ :

সমার্থক : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বৰূপ

অর্থ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

উদাহরণ : তেওঁৰ ব্যৱহাৰ ভাল নহয়

সমার্থক : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

অর্থ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

উদাহরণ : তেওঁ ্ লাজুক স্বভাৱৰ

সমার্থক : চৰিত্র, প্রকৃতি, মেজাজ, স্বৰূপ

অর্থ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

উদাহরণ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

সমার্থক : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ-চৰিত্র