পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চৰিত্র শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চৰিত্র   বিশেষ্য

অর্থ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

উদাহরণ :

সমার্থক : অভ্যাস, আত্মভাব, গুণ, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

অর্থ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে

উদাহরণ : নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে

সমার্থক : পাত্র

অর্থ : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়

উদাহরণ : চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে

অর্থ : নাৰীৰ আব-হাৱা

উদাহরণ : তেওঁ নি্র্মল গুণৰ অধিকাৰিণী

সমার্থক : গুণৰ অধিকাৰিণী, চাল-চলন, চালচলন

অর্থ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

উদাহরণ : তেওঁ ্ লাজুক স্বভাৱৰ

সমার্থক : প্রকৃতি, মেজাজ, স্বভাৱ, স্বৰূপ

অর্থ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

উদাহরণ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

সমার্থক : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র