পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আচৰণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আচৰণ   বিশেষ্য

অর্থ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

উদাহরণ : তেওঁৰ ব্যৱহাৰ ভাল নহয়

সমার্থক : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

অর্থ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি

উদাহরণ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ

সমার্থক : ধৰণ-কৰণ, ব্যৱহাৰ

অর্থ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

উদাহরণ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

সমার্থক : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র