পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আচাৰ-ব্যৱহাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আচাৰ-ব্যৱহাৰ   বিশেষ্য

অর্থ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা

উদাহরণ : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে

সমার্থক : গঢ়-গতি, চাল-চলন, ৰেহৰূপ

অর্থ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

উদাহরণ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

সমার্থক : আচাৰ, আচাৰ-আচৰণ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র