পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চোৱা-চিতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চোৱা-চিতা   বিশেষ্য

অর্থ : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব

উদাহরণ : ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে

সমার্থক : তদাৰক-তদবিৰ, দেখা-শুনা

অর্থ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য

উদাহরণ : এই কামটোৰ তদাৰক ৰামে কৰিছে

সমার্থক : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ

অর্থ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য

উদাহরণ : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত

সমার্থক : অৱলোকন, দৃষ্টিপাত