পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভাগ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভাগ   বিশেষ্য

অর্থ : সমষ্টি বা সমূহৰ কোনো অংশ

উদাহরণ : ইয়াৰ মাজ ভাগ কিছু শকত

সমার্থক : অংশ

অর্থ : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

উদাহরণ : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

সমার্থক : ক্ষেত্র

অর্থ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

উদাহরণ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

সমার্থক : অংগ, অংশ, খণ্ড, টুকুৰা, বিভাগ

অর্থ : কোনো কামত সন্মিলিত হোৱা কার্য

উদাহরণ : তেওঁ খেল প্রতিযোগিতাত ভাগ নলয়

সমার্থক : অংশগ্রহণ

অর্থ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

উদাহরণ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

সমার্থক : অংশ

অর্থ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

উদাহরণ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

সমার্থক : অংশ

অর্থ : দূৰলৈ পঠোৱা বা দূৰ কৰা কার্য

উদাহরণ : ভাগ ইয়াৰ পৰা, নহʼলে খুব মাৰ খাবি

সমার্থক : যা, যা ভাগ

অর্থ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

উদাহরণ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

সমার্থক : খণ্ড, টুকুৰা

অর্থ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

উদাহরণ :

সমার্থক : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ