পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অংশ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অংশ   বিশেষ্য

অর্থ : সমষ্টি বা সমূহৰ কোনো অংশ

উদাহরণ : ইয়াৰ মাজ ভাগ কিছু শকত

সমার্থক : ভাগ

অর্থ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

উদাহরণ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

সমার্থক : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ

অর্থ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

উদাহরণ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

সমার্থক : ভাগ

অর্থ : যন্ত্র আদিৰ কোনো অংগ বা অংশ

উদাহরণ : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া

সমার্থক : পার্ট, যন্ত্রাংশ

অর্থ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

উদাহরণ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

সমার্থক : দিশ, পক্ষ, বিভাগ

অর্থ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

উদাহরণ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

সমার্থক : ভাগ

অর্থ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ

উদাহরণ : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ

সমার্থক : দিশ, ফাল