পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অংক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অংক   বিশেষ্য

অর্থ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

উদাহরণ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

সমার্থক : সংখ্যা

অর্থ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

উদাহরণ : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

সমার্থক : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

অর্থ : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়

উদাহরণ : তেওঁ গণিতত বৰ চোকা

সমার্থক : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র

অর্থ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

উদাহরণ : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

সমার্থক : অংকতল অংকদেশ, অঙ্ক, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

অর্থ : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

উদাহরণ :

সমার্থক : দৃশ্য, নাট্যাংক, নাট্যাংশ

অর্থ : শূন্যৰ পৰা নলৈকে সংখ্যা

উদাহরণ : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

সমার্থক : অঙ্ক

অর্থ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

উদাহরণ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

সমার্থক : অঙ্ক, নম্বৰ

অর্থ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

উদাহরণ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

সমার্থক : খণ্ড, নম্বৰ, সংখ্যা

অর্থ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

উদাহরণ : এক কোটি বহুত ডাঙৰ সংখ্যা

সমার্থক : অঙ্ক, সংখ্যা, ৰাশি

অর্থ : সংখ্যাৰ চিহ্ন

উদাহরণ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

সমার্থক : অঙ্ক, সংখ্যা

অর্থ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

উদাহরণ :

সমার্থক : অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ