পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টুকুৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টুকুৰা   বিশেষ্য

অর্থ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

উদাহরণ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

সমার্থক : খণ্ড, পীচ

অর্থ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

উদাহরণ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

সমার্থক : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ

অর্থ : যিকোনো বস্তুৰ গোটা টুকুৰা

উদাহরণ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

সমার্থক : খণ্ড

অর্থ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু

উদাহরণ : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে

অর্থ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

উদাহরণ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

সমার্থক : খণ্ড, ভাগ