পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দিশ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দিশ   বিশেষ্য

অর্থ : ক্ষেত্রীয় বৃত্তৰ কোনো এটিফালে প্রসাৰিত হৈ থকা চাৰিভাগৰ যিকোনো এটা ভাগ

উদাহরণ : মোৰ ঘৰ ইয়াৰ পৰা উত্তৰ দিশত আছে বতাহৰ দিশ সলনি হৈ গৈছে

সমার্থক : দিশা

অর্থ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

উদাহরণ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

সমার্থক : অংশ, পক্ষ, বিভাগ

অর্থ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ

উদাহরণ : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ

সমার্থক : অংশ, ফাল

অর্থ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ

উদাহরণ : আপোনাৰ কোন ফালে যাবলগীয়া আছে

সমার্থক : কাষ, পিন, ফাল