পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পক্ষ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পক্ষ   বিশেষ্য

অর্থ : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ

উদাহরণ : কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল

অর্থ : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ

উদাহরণ : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে

সমার্থক : ডানা, ডেউকা, ডৌকা, পখা, পাখি

অর্থ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

উদাহরণ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

সমার্থক : অংশ, দিশ, বিভাগ

অর্থ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

উদাহরণ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

সমার্থক : দল, পার্টী

অর্থ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

উদাহরণ : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

সমার্থক : পার্টী

অর্থ : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা

উদাহরণ : আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত

অর্থ : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা

উদাহরণ : আপুনি কোনটো পক্ষত আছে ?