পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কাষ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কাষ   বিশেষ্য

অর্থ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা

উদাহরণ : শ্যাম মোৰ কাষতে বহিল

সমার্থক : ওচৰ

অর্থ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ

উদাহরণ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল

সমার্থক : আগ, মূৰ

অর্থ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে

উদাহরণ : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে

সমার্থক : পার্শ্ব

অর্থ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে

উদাহরণ :

সমার্থক : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত

অর্থ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ

উদাহরণ : এই কাঁহীখনৰ কাণটো বৰ পাতল

সমার্থক : কাণ, কিনাৰ, প্রান্তৰ, মূৰ

অর্থ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই

উদাহরণ : তেওঁ ্ মোৰ ওচৰতে থাকে

সমার্থক : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ

অর্থ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ

উদাহরণ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে

সমার্থক : কিনাৰ, দাঁতি, পাৰ

অর্থ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ

উদাহরণ : আপোনাৰ কোন ফালে যাবলগীয়া আছে

সমার্থক : দিশ, পিন, ফাল