পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তেজ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তেজ   বিশেষ্য

অর্থ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

উদাহরণ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

সমার্থক : এনার্জি, ক্ষমতা, শক্তি

অর্থ : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে

উদাহরণ :

সমার্থক : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, দ্বিতীয় ৰিপু, ফাই, ভমক, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল

অর্থ : তেজস্বী হোৱা ভাব

উদাহরণ : তেজস্বিতাৰ কাৰণে মহাপুৰুষসকলৰ মুখমণ্ডল জিলিকি থাকে

সমার্থক : তেজস্বিতা

অর্থ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

উদাহরণ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

সমার্থক : খুন, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

অর্থ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

উদাহরণ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

সমার্থক : জোৰ, পৰাক্রম, বল, শকতি, শক্তি