পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খুন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খুন   বিশেষ্য

অর্থ : কোনো মানুহ, প্রাণী আদিক জানিবুজি কোনো উদ্দেশ্যৰে মাৰি পেলোৱা কার্য

উদাহরণ : তেওঁ নিজৰ দেউতাকক হত্যা কৰিলে যিকোনো প্রাণীকে হত্যা কৰা মহাপাপ

সমার্থক : বধ, হত্যা

অর্থ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

উদাহরণ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

সমার্থক : তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

অর্থ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

উদাহরণ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

সমার্থক : নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন