পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ক্ষমতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ক্ষমতা   বিশেষ্য

অর্থ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

উদাহরণ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

সমার্থক : এনার্জি, তেজ, শক্তি

অর্থ : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি

উদাহরণ : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ

সমার্থক : ধাৰণ ক্ষমতা

অর্থ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

উদাহরণ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

সমার্থক : উপযুক্ততা, যোগ্যতা, সামর্থ্য

অর্থ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

উদাহরণ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

সমার্থক : শক্তি, সামর্থ্য