পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শক্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শক্তি   বিশেষ্য

অর্থ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

উদাহরণ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

সমার্থক : এনার্জি, ক্ষমতা, তেজ

অর্থ : শৰীৰৰ বল

উদাহরণ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

সমার্থক : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি

অর্থ : প্রাকৃতিক ভাণ্ডাৰ

উদাহরণ : বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়

অর্থ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়

উদাহরণ : প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে

অর্থ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

উদাহরণ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

সমার্থক : ক্ষমতা, সামর্থ্য

অর্থ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

উদাহরণ : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

সমার্থক : অধিকাৰ

অর্থ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

উদাহরণ : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

সমার্থক : চাপ

অর্থ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

উদাহরণ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

সমার্থক : জোৰ, তেজ, পৰাক্রম, বল, শকতি