পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্বৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্বৰ   বিশেষ্য

অর্থ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

উদাহরণ : তেওঁৰ ্ মাতটো বৰ মিঠা

সমার্থক : কণ্ঠ, গলা, বোল, মাত

অর্থ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

উদাহরণ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

সমার্থক : সুৰ

অর্থ : যিটো শুনা যায়

উদাহরণ : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে

সমার্থক : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নাদ, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, ৰণন, ৰাৱ

অর্থ : যি ্বর্ণই আন বর্ণৰ ্সহায় নোলোৱাকৈ উচ্চাৰণ হয়

উদাহরণ : হিন্দীত তেৰটা স্বৰ আছে

সমার্থক : স্বৰ অক্ষৰ, স্বৰ বর্ণ