পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কণ্ঠ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কণ্ঠ   বিশেষ্য

অর্থ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

উদাহরণ : তেওঁৰ ্ মাতটো বৰ মিঠা

সমার্থক : গলা, বোল, মাত, স্বৰ

অর্থ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

উদাহরণ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

সমার্থক : লয়, সুৰ

অর্থ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

উদাহরণ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

সমার্থক : গলা

অর্থ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

উদাহরণ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

সমার্থক : গল, গলা