পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ডাক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ডাক   বিশেষ্য

অর্থ : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি

উদাহরণ : ডাকোৱালে সদায় চাৰি বজাত ডাক আনে

সমার্থক : পোষ্ট

অর্থ : যিটো শুনা যায়

উদাহরণ : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে

সমার্থক : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ধ্বনি, নাদ, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, স্বৰ, ৰণন, ৰাৱ

অর্থ : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা

উদাহরণ : মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ

অর্থ : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য

উদাহরণ : মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ