পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গলা   বিশেষ্য

অর্থ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

উদাহরণ : তেওঁৰ ্ মাতটো বৰ মিঠা

সমার্থক : কণ্ঠ, বোল, মাত, স্বৰ

অর্থ : মূৰটোক ধৰি ৰখা দেহৰ অংগ:জিৰাফৰ ডিঙি বৰ দীঘল

উদাহরণ :

সমার্থক : কণ্ঠদেশ, গল, গ্রীৱাদেশ, টেঁটু, ডিঙি, নেলু

অর্থ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী

উদাহরণ : তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে

সমার্থক : কলাৰ

অর্থ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

উদাহরণ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

সমার্থক : কণ্ঠ

অর্থ : গলি থকা এক অৱস্থা

উদাহরণ : বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়

অর্থ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

উদাহরণ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

সমার্থক : কণ্ঠ, গল

গলা   ক্ৰিয়া

অর্থ : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা

উদাহরণ : বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়

সমার্থক : গলি যোৱা