পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মত   বিশেষ্য

অর্থ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

উদাহরণ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

সমার্থক : বিচাৰ, ৰায়

অর্থ : ঋষি আদিৰ মান্য উপদেশ

উদাহরণ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

সমার্থক : বাদ, সিদ্ধান্ত

অর্থ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

উদাহরণ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

সমার্থক : বাদ, মতবাদ, সিদ্ধান্ত

অর্থ : মনত উদয় হোৱা কথা

উদাহরণ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

সমার্থক : খিয়াল, খেয়াল, বিচাৰ