পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খিয়াল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খিয়াল   বিশেষ্য

অর্থ : কাকো উপেক্ষিত নকৰা ভাব

উদাহরণ : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে

সমার্থক : ধ্যান, মনোযোগ

অর্থ : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান

উদাহরণ : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে

সমার্থক : স্মৃতি, স্মৰণ

অর্থ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব

উদাহরণ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে

সমার্থক : খেয়াল, ভাব, ভাবনা, মনোভাব

অর্থ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট

উদাহরণ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে

সমার্থক : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা

অর্থ : মনত উদয় হোৱা কথা

উদাহরণ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

সমার্থক : খেয়াল, বিচাৰ, মত