পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সিদ্ধান্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সিদ্ধান্ত   বিশেষ্য

অর্থ : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া

উদাহরণ : মোৰ সমস্যাৰ সমাধান হৈ গʼল

সমার্থক : নিষ্পত্তি, মীমাংসা, সমাধান, সমিধান

অর্থ : প্রমাণিত হোৱা কার্য

উদাহরণ : সিদ্ধান্তৰ অবিহনে কাৰো ওপৰত দোষ আৰোপ কৰা উচিত নহয়

সমার্থক : প্রমাণ

অর্থ : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য

উদাহরণ : তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে

সমার্থক : নি্র্ণয়

অর্থ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

উদাহরণ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

সমার্থক : কায়দা, নিয়ম, বাদ

অর্থ : ঋষি আদিৰ মান্য উপদেশ

উদাহরণ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

সমার্থক : বাদ, মত

অর্থ : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য

উদাহরণ : বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল

সমার্থক : নি্র্ণয়

অর্থ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

উদাহরণ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

সমার্থক : বাদ, মত, মতবাদ

অর্থ : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা

উদাহরণ : বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা

সমার্থক : পৰিণতি