পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেৰা   বিশেষ্য

অর্থ : বেৰ আদিৰে ঘেৰি থকা ঠাই

উদাহরণ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

সমার্থক : ঘেৰা

অর্থ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

উদাহরণ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

সমার্থক : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ

অর্থ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক

উদাহরণ : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে

সমার্থক : হেঙাৰ, ৰেলিঙ

অর্থ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়

উদাহরণ : শিলেৰে বনোৱা বেৰ মজবুত হয়

সমার্থক : দেৱাল, প্রাচীৰ, বেৰ, ৱাল

বেৰা   ক্ৰিয়া

অর্থ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

উদাহরণ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

সমার্থক : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া

অর্থ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

উদাহরণ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

সমার্থক : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-