পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঘেৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঘেৰা   বিশেষ্য

অর্থ : বেৰ আদিৰে ঘেৰি থকা ঠাই

উদাহরণ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

সমার্থক : বেৰা

অর্থ : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ

উদাহরণ : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে

ঘেৰা   ক্ৰিয়া

অর্থ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

উদাহরণ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

সমার্থক : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া

অর্থ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

উদাহরণ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

সমার্থক : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা

অর্থ : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা

উদাহরণ : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে

সমার্থক : ঘেৰি ধৰা

ঘেৰা   বিশেষণ

অর্থ : যিটো ঘেৰি থোৱা হৈছে

উদাহরণ : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা

সমার্থক : আৱৰা, বেষ্টিত