পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰিধি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰিধি   বিশেষ্য

অর্থ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে

উদাহরণ : পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে

সমার্থক : কক্ষ

অর্থ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

উদাহরণ : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

সমার্থক : মণ্ডল

অর্থ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

উদাহরণ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

সমার্থক : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা, মেৰ

অর্থ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ

উদাহরণ : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা

সমার্থক : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা