পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বঢ়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বঢ়া   বিশেষ্য

অর্থ : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য

উদাহরণ : তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে

সমার্থক : আহাৰ যোগান

বঢ়া   ক্ৰিয়া

অর্থ : গণনা বা জোখ-মাপত অধিক হোৱা

উদাহরণ : দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব

সমার্থক : অধিক হোৱা

অর্থ : থালী বা পাতত আহাৰ দিয়া কার্য

উদাহরণ : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

সমার্থক : পৰিৱেশন কৰা, বিলোৱা

অর্থ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

উদাহরণ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

সমার্থক : উলিওৱা, কঢ়া

অর্থ : বর্ধন ্ কার্য

উদাহরণ : বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে

সমার্থক : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা

অর্থ : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা

উদাহরণ : উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে