পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উলিওৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উলিওৱা   ক্ৰিয়া

অর্থ : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা

উদাহরণ : তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে

অর্থ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

উদাহরণ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

সমার্থক : কঢ়া, বঢ়া

অর্থ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

উদাহরণ : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

সমার্থক : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া

অর্থ : কথা আদিৰ আৰম্ভ কৰা

উদাহরণ : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে

সমার্থক : আৰম্ভ কৰা

অর্থ : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা

উদাহরণ : মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে

সমার্থক : বাহিৰ কৰা

অর্থ : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য

উদাহরণ : চৰকাৰে নতুন ডাক টিকট উলিয়ালে

অর্থ : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য

উদাহরণ : নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে

অর্থ : লৈ যোৱা

উদাহরণ : বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে

অর্থ : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা

উদাহরণ : টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে

সমার্থক : আৱিষ্কৃত কৰা

অর্থ : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা

উদাহরণ : তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে

অর্থ : বাহিৰ কৰা

উদাহরণ : তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে

অর্থ : বিচাৰি সন্মুখত ৰখা কার্য

উদাহরণ : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে

সমার্থক : হস্তগত কৰা

অর্থ : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ

উদাহরণ : এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল

সমার্থক : আৱিষ্কাৰ কৰা