পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কঢ়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কঢ়া   ক্ৰিয়া

অর্থ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

উদাহরণ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

সমার্থক : উলিওৱা, বঢ়া

অর্থ : হেতা আদিৰে কেৰাহীৰ পৰা লুচি-পুৰি বা ৰন্ধা কোনো বস্তু আদি উলিওৱা

উদাহরণ : তেওঁ আলহীৰ কাৰণে পকৰী কাঢ়ি আছে

সমার্থক : চান-কঢ়া