পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰিৱেশন কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰিৱেশন কৰা   ক্ৰিয়া

অর্থ : থালী বা পাতত আহাৰ দিয়া কার্য

উদাহরণ : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

সমার্থক : বঢ়া, বিলোৱা

অর্থ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা

উদাহরণ : ৰামুৱে মজলিচত পাণ বিলাই আছিল

সমার্থক : বিলোৱা

অর্থ : আহাৰ সন্মুখত ৰখা

উদাহরণ : তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে

সমার্থক : সজোৱা