পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধাৰ   বিশেষ্য

অর্থ : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ

উদাহরণ : এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে

অর্থ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

উদাহরণ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

সমার্থক : ধাৰা, প্রবাহ

অর্থ : হঠাৎ জোৰেৰে অহা প্রৱাহ

উদাহরণ : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

সমার্থক : লহৰ

অর্থ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

উদাহরণ : এই তৰোৱালখনৰ পানী চাবলগীয়া

সমার্থক : পানী

অর্থ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

উদাহরণ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

সমার্থক : ঋণ

অর্থ : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি

উদাহরণ : ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে

অর্থ : হাতিয়াৰ বা অস্ত্রৰ চোক

উদাহরণ : কটাৰীখনৰ ধাৰ নোহোৱা হʼল

অর্থ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

উদাহরণ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

সমার্থক : ধাৰা, প্রৱাহ, সোঁত