পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঋণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঋণ   বিশেষ্য

অর্থ : এজন ব্যক্তি বা সংস্থাৰ দ্বাৰা আন ব্যক্তি বা সংস্থাৰ প্রতি আগবঢ়াবলগীয়া সেৱা

উদাহরণ : হিন্দু ধর্ম অনুসৰি মাতৃঋণ, পিতৃঋণ, গুৰুঋণ তথা দেৱঋণ এই চাৰিটা মুখ্য ঋণ

অর্থ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

উদাহরণ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

সমার্থক : ধাৰ