পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পানী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পানী   বিশেষ্য

অর্থ : পানীৰ দৰে হৈ পৰা পাতল বস্তু

উদাহরণ : ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী

সমার্থক : পনীয়া

অর্থ : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়

উদাহরণ : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী

সমার্থক : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পয়, বাৰি, সলিল

অর্থ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

উদাহরণ : এই তৰোৱালখনৰ পানী চাবলগীয়া

সমার্থক : ধাৰ

অর্থ : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ

উদাহরণ : তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে