পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টনা   বিশেষ্য

অর্থ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য

উদাহরণ : টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে

অর্থ : টনাৰ অৱস্থা বা ভাব

উদাহরণ : মোৰ ভৰিৰ শিৰাবোৰে টানি ধৰিছে

সমার্থক : টানি ধৰা

অর্থ : টনা কার্য ্বা ভাব

উদাহরণ : অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল

অর্থ : টনাৰ কাৰ্য বা ভাব

উদাহরণ : অত্যধিক টনাৰ কাৰণে এই ৰছীডাল ছিঙি থাকিল

সমার্থক : আজোৰা

টনা   ক্ৰিয়া

অর্থ : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা

উদাহরণ : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে

সমার্থক : টানি অনা, তুলি অনা, তোলা

অর্থ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য

উদাহরণ : ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে

সমার্থক : টানি উলিওৱা

অর্থ : ঘঁহনি খাই যোৱাকৈ টনা কার্য

উদাহরণ : তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে

অর্থ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা

উদাহরণ : মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে

অর্থ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

উদাহরণ : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

সমার্থক : চৰোৱা

অর্থ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য

উদাহরণ : এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো

অর্থ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

উদাহরণ : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

সমার্থক : অঁ্কা

অর্থ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা

উদাহরণ : চিকাৰীয়ে ধনুৰ গুণ টানিছে

সমার্থক : কচা, টানি বন্ধা

অর্থ : যন্ত্রৰ অংগ টান কৰি বহুওৱা

উদাহরণ : তেওঁ ্ ৰেঞ্চডালেৰে যন্ত্রৰ অংশ এটা টানি আছিল

সমার্থক : টাইট কৰা, টান কৰা

অর্থ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা

উদাহরণ : চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে

সমার্থক : খন্দা