পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তোলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তোলা   ক্ৰিয়া

অর্থ : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা

উদাহরণ : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে

সমার্থক : টনা, টানি অনা, তুলি অনা

অর্থ : খাতা আদিত লিখা কার্য

উদাহরণ : বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে

সমার্থক : অন্তর্ভুক্ত ্কৰা, লিপিবদ্ধ কৰা

অর্থ : কেমেৰাৰে ফটো লোৱা

উদাহরণ : ৰূপেন্দ্রই বৰ ভাল ফটো তোলে

সমার্থক : ফটো তোলা

অর্থ : (সংগীত) স্বৰ তীব্র কৰা

উদাহরণ : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

সমার্থক : উঠোৱা