পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চৰোৱা   ক্ৰিয়া

অর্থ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা

উদাহরণ : তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে

অর্থ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

উদাহরণ : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

সমার্থক : চৰা

অর্থ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

উদাহরণ : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

সমার্থক : টনা

অর্থ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা

উদাহরণ : ঢোলবাদকে ঢোল চৰাইছে

অর্থ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

উদাহরণ : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

সমার্থক : অভিলেপ কৰা, লগোৱা