পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জাল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জাল   বিশেষ্য

অর্থ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

উদাহরণ : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

সমার্থক : নেট

অর্থ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

উদাহরণ : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

সমার্থক : ফান্দ

অর্থ : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ

উদাহরণ : শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে

অর্থ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

উদাহরণ : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

সমার্থক : নেট

অর্থ : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

উদাহরণ : তেওঁ বলটো গোলৰ জালত মাৰিলে

সমার্থক : গোল-নেট, নেট

অর্থ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা

উদাহরণ : মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে

সমার্থক : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি

জাল   বিশেষণ

অর্থ : যʼত দোষ আছে

উদাহরণ : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

সমার্থক : অবিশুদ্ধ, কৃত্রিম, নকল, নকলী, ভেজাল

অর্থ : যʼত মিশ্রণ ঘটিছে বা যি শুদ্ধ নহয় অথবা যʼত কেৰোণ আছে

উদাহরণ : এইখিনি ভেজাল ঘিউ

সমার্থক : অবিশুদ্ধ, অশুদ্ধ, কেৰুণীয়া, বিমিশ্র, ভাঁজ দিয়া, ভেজাল, ্ভঁজুৱা