পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফান্দ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফান্দ   বিশেষ্য

অর্থ : কাৰোবাৰ চক্রান্তত পৰা কার্য

উদাহরণ : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে

সমার্থক : পাল্লা, ফন্দি

অর্থ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

উদাহরণ : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

সমার্থক : জাল

অর্থ : এক প্রকাৰৰ নিগনি ধৰা সজা

উদাহরণ : নিগনি ধৰা ফান্দত এটা নিগনি পৰিল

সমার্থক : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ

অর্থ : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে

উদাহরণ : চিকাৰীয়ে শহাটোক ফান্দত পেলালে

সমার্থক : পাশ