পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নকল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নকল   বিশেষ্য

অর্থ : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য

উদাহরণ : শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে

অর্থ : লেখা আদিৰ আক্ষৰিক স্বৰূপ

উদাহরণ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

সমার্থক : অনুলিপি, কপি, প্রতিলিপি, প্রতিলেখ

অর্থ : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ

উদাহরণ : সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে

অর্থ : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

উদাহরণ : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

সমার্থক : অনুকৃতি, প্রতিকৃতি, প্রতিৰূপ

নকল   বিশেষণ

অর্থ : যিটো কেৱল ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ বিচাৰেৰে দেখুওৱা হয়

উদাহরণ : নকলী বস্তুৰ সৌন্দর্যৰ ্প্রভাৱ ক্ষণিকৰ বাবেহে থাকে

সমার্থক : কৃত্রিম, নকলী

অর্থ : যʼত দোষ আছে

উদাহরণ : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

সমার্থক : অবিশুদ্ধ, কৃত্রিম, জাল, নকলী, ভেজাল