পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ছিঙা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ছিঙা   বিশেষ্য

অর্থ : কোনো বস্তু ছিঙা কার্য ্বা ভাব

উদাহরণ : বনুৱাই ঘেঁহুৰ খেতিত থকা অপতৃণবোৰ ছিঙি আছে

সমার্থক : উঘলা, উভলা

ছিঙা   ক্ৰিয়া

অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

উদাহরণ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

সমার্থক : টুকুৰা কৰা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া

অর্থ : ৰস, ছাল আদি চিঙিবৰ কাৰণে শৰীৰ, গা-গছ ইত্যাদিৰ ওপৰত কোনো হাথিয়াৰেৰে আঘাত কৰি তাৰ ওপৰ ভাগ কটা কাৰ্য

উদাহরণ : মহেশে নিমৰ ছাল ছিঙিছে

অর্থ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য

উদাহরণ : বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল

সমার্থক : এৰাই যোৱা, ছিন্ন হোৱা