পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভঙা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভঙা   ক্ৰিয়া

অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

উদাহরণ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

সমার্থক : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া

অর্থ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা

উদাহরণ : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা

সমার্থক : টুকুৰা কৰা

অর্থ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা

উদাহরণ : কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল

সমার্থক : ভাঙি যোৱা

অর্থ : সম্বন্ধ আদি ভাঙি যোৱা

উদাহরণ : চালমাৰ বিয়াখন ভাঙি গʼল

অর্থ : কোনো অস্তিত্বত নথকা

উদাহরণ : গাঁৱৰ পুৰণি স্কুলখন ভাগিল

সমার্থক : ভাঙি যোৱা

ভঙা   বিশেষণ

অর্থ : যিটো ভাঙিছে বা ভঙ্গ হৈছে

উদাহরণ : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল

সমার্থক : খণ্ডিত, বিখণ্ডিত, ভগা, ভগ্ন, ভঞ্জিত

অর্থ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে

উদাহরণ : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য

সমার্থক : দী্র্ণ, বিদী্র্ণ, ভগা, ভগা-ছিগা, ভগ্ন, ভঙা-ছিঙা