পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে এৰাই যোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

এৰাই যোৱা   ক্ৰিয়া

অর্থ : অংকন কৰা কোনো চিহ্ন আদি নথকা

উদাহরণ : চার্ফত ্কাপোৰ ধুলে কাপোৰৰ দাগ, চেকা আদি গুচে

সমার্থক : আঁত্্ৰা, গুচা

অর্থ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

উদাহরণ : মাছবোৰ জালৰ পৰা এৰাই গʼল

সমার্থক : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা

অর্থ : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

উদাহরণ : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

সমার্থক : এৰি যোৱা, ওলাই যোৱা, পৃথক হোৱা

অর্থ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য

উদাহরণ : বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল

সমার্থক : ছিঙা, ছিন্ন হোৱা