পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টুকুৰা কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টুকুৰা কৰা   ক্ৰিয়া

অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

উদাহরণ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

সমার্থক : ছিঙা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া

অর্থ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা

উদাহরণ : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা

সমার্থক : ভঙা