পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঘূৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঘূৰোৱা   ক্ৰিয়া

অর্থ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

উদাহরণ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

সমার্থক : জপোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা

অর্থ : প্রবৃত্ত কৰা

উদাহরণ : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে

সমার্থক : ঘূৰাই দিয়া

অর্থ : চাৰিওফালে ফুৰা

উদাহরণ : বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে

অর্থ : দিশ পৰি্বর্তন ্কৰা

উদাহরণ : পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে

অর্থ : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য

উদাহরণ : গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা

সমার্থক : ফুৰোৱা

অর্থ : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য

উদাহরণ : তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে

অর্থ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

উদাহরণ :

সমার্থক : ঘূৰা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

অর্থ : বতাহত ইফালে-সিফালে হালি থকা

উদাহরণ : প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে