পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঘূৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঘূৰা   ক্ৰিয়া

অর্থ : কোনো ঠাইত কৰা ঘূৰা-ফুৰা

উদাহরণ : আমি গোৱাও ভ্রমণ কৰিছোঁ

সমার্থক : ফুৰা, ভ্রমণ কৰা

অর্থ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

উদাহরণ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

সমার্থক : দৌৰা, লৰা-ঢপৰা কৰা

অর্থ : দিশ পৰিব্্র্তন ্ কৰা

উদাহরণ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

সমার্থক : ঘূৰি যোৱা, পকা, পাক দিয়া, মূৰ লোৱা

অর্থ : পিছৰফাললৈ ঘূৰা

উদাহরণ : ৰামৰ মাত শুনি শ্যামে উভতি চালে

সমার্থক : উভতি চোৱা, ঘূৰি চোৱা

অর্থ : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য

উদাহরণ : পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে

অর্থ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

উদাহরণ :

সমার্থক : ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা