পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জপোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জপোৱা   ক্ৰিয়া

অর্থ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

উদাহরণ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

সমার্থক : ঘূৰোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা

অর্থ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি

উদাহরণ : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়

সমার্থক : বন্ধ কৰা