পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পকা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পকা   ক্ৰিয়া

অর্থ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা

উদাহরণ : পাচিটোৰ গোটেইবোৰ আম পকা

সমার্থক : পৰিপক্ক হোৱা

অর্থ : দিশ পৰিব্্র্তন ্ কৰা

উদাহরণ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

সমার্থক : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা

অর্থ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

উদাহরণ :

সমার্থক : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

পকা   বিশেষণ

অর্থ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা

উদাহরণ : তেওঁ ্ পকা আম খাই আছে

সমার্থক : পৰিপক্ক

অর্থ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য

উদাহরণ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল

সমার্থক : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত

অর্থ : পুঁজেৰে ভৰি থকা

উদাহরণ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত

সমার্থক : গেলা