পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আঁতৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আঁতৰোৱা   ক্ৰিয়া

অর্থ : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা

উদাহরণ : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত

সমার্থক : আঁতৰ ্কৰা, পৃথক কৰা, বেলেগ কৰা

অর্থ : দূৰত বা পৃথক কৰি থোৱা

উদাহরণ : কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে

সমার্থক : আঁ্তৰাই থোৱা

অর্থ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

উদাহরণ : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

সমার্থক : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া

অর্থ : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া

উদাহরণ : চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা

অর্থ : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা

উদাহরণ : কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে

সমার্থক : পদচ্যুত কৰা, বর্খাস্ত কৰা