পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সংখ্যা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সংখ্যা   বিশেষ্য

অর্থ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

উদাহরণ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

সমার্থক : অংক

অর্থ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

উদাহরণ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

সমার্থক : অংক, খণ্ড, নম্বৰ

অর্থ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

উদাহরণ : এক কোটি বহুত ডাঙৰ সংখ্যা

সমার্থক : অংক, অঙ্ক, ৰাশি

অর্থ : সংখ্যাৰ চিহ্ন

উদাহরণ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

সমার্থক : অংক, অঙ্ক

অর্থ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা

উদাহরণ : আহতৰ সংখ্যা বহুত বেছি