সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অপৰাধ কৰা লোক
উদাহরণ : অপৰাধীয়ে শাস্তি পোৱা উচিত আইনৰ শিথিলতাই অপৰাধীক প্রশ্রয় দিয়ে
সমার্থক : অপৰাধী, দোষী, পাতকী, পাপী
অর্থ : যি পাপ কৰে বা পাপ কৰোতা
উদাহরণ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
সমার্থক : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী
ইনস্টল